Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

যোগীঘোপা আৰক্ষীৰ সফলতা, ৫ মাহ পূৰ্বে নিৰুদ্দেশ হৈছিল যোগীঘোপাৰ তিনি কিশোৰী…..

যোগীঘোপা আৰক্ষীৰ সফলতা

হাৰিয়ানাৰ নাৰীদেহ ঘাটিৰ পৰা কিশোৰী উদ্ধাৰ

৫ মাহ পূৰ্বে নিৰুদ্দেশ হৈছিল যোগীঘোপাৰ এগৰাকী কিশোৰী

কিশোৰীগৰাকীক উদ্ধাৰ কৰি লৈ অনা হয় যোগীঘোপা থানালৈ

দুজন লোকে কিশোৰীগৰাকীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ

জহিৰুদ্দিন পোদ্দাৰ, আব্দুল ৰহিমে বিক্ৰী কৰিছিল বহিঃৰাজ্যত

বিভিন্ন প্ৰলোভন দি পলুৱাই নি বিক্ৰী কৰিছিল হাৰিয়ানাত

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.