অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকশিক্ষা

বাক্সাৰ শালবাৰীৰ দক্ষিন খয়ৰবাৰীত ৰাইজৰ প্ৰতিবাদ, কোনো জাননী জাৰি নকৰাকৈ বিদ্যালয় স্থানান্তৰ কৰাক লৈ ক্ষোভ ৰাইজৰ

বাক্সাৰ শালবাৰীৰ দক্ষিন খয়ৰবাৰীত ৰাইজৰ প্ৰতিবাদ।

কুম্ভীৰা প্ৰাথমিক বিদ্যালয়ত চৰকাৰীভাৱে কোনো জাননী জাৰি নকৰাকৈ বিদ্যালয় স্থানান্তৰ কৰাক লৈ ক্ষোভ ৰাইজৰ।

পৰিচালনা সমিতি, অভিভাৱকৰ অজ্ঞাতে বিদ্যালয়খন স্থানান্তৰ কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁওবাসীয়ে।

১৯৯৩ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খন হঠাতে অন্য বিদ্যালয়লৈ স্থানান্তৰ কৰাত বিমোৰত পৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল।

বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধেও সৰৱ হৈ পৰে পৰিচালনা সমিতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.