অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

পুনৰ জলবিস্ফোৰণে কপাঁলে মহানগৰী, জু ৰোডত পানীৰ পাইপ ফাটি কেইবা মিটাৰ ওপৰলৈ উঠিল পানী

জলবিষ্ফোৰণৰ ফলত কমাৰ্চ পইণ্ট-ৰাজগড় লিংক ৰোডত শোচনীয় অৱস্থা

পুনৰ মহানগৰীত জলবিস্ফোৰণ

ৰাজগড়-জুৰোড সংযোগী পথত ফাটিল পাইপ

জলব’ৰ্ডৰ পাইপ ফাটি জলমগ্ন ৰাজগড়ৰ বিস্তীৰ্ণ অঞ্চল

পানীয়ে বুৰাই পেলালে বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান

পাইপ ফাটি কেইবামিটাৰ ওপৰলৈ উঠিল পানী

পঞ্চম মহলালৈকে স্পৰ্শ কৰিলে পানীৰ ফোঁৱাৰাই

পথৰ কাষত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত

ঘটনাস্থলীত উপস্থিত গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘল

উপস্থিত কামৰূপ মহানগৰৰ উপায়ুক্ত পল্লৱ গোপাল ঝা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.