অসমগুৱাহাটীদৈনিক বাতৰিপ্ৰদূষণপ্ৰযুক্তিভাৰতৰাজনৈতিক

নাৰেংগীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত অইল ইণ্ডিয়া শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী

ন্যায্যপ্ৰাপ্তিৰ দাবী অইল ইণ্ডিয়া পাইপ লাইন মজদুৰ (কে) ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ।

নাৰেংগীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বিক্ষোভ কার্যসূচী ৰূপায়ন কৰে শ্ৰমিক সংগঠনটোৱে।

শীঘ্ৰে বোনাছ প্ৰদান কৰা, নিযুক্তিৰ দিনৰ পৰা পেঞ্চন আদায় দিয়া, গ্ৰেচুইটি প্ৰদান কৰা আদিকে ধৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমধানৰ দাবী তোলে শ্ৰমিকসকলে।

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.