অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ইন্দ্ৰাণী আত্মহত্যাৰ তদন্ত! শীঘ্ৰে জালত পৰিব বহু চাকৰিপ্ৰত্যাশী…

ইন্দ্ৰাণী আত্মহত্যাৰ তদন্ত

শীঘ্ৰে জালত পৰিব বহু চাকৰিপ্ৰত্যাশী

প্ৰতিজন প্ৰাৰ্থীৰ পৰা লৈছিল ৩ লাখকৈ টকা

অভিযুক্তৰ বাসগৃহত উদ্ধাৰ দ’মে দ’মে  এডমিট কাৰ্ড

উদ্ধাৰ হোৱা এডমিট কাৰ্ডৰ সংখ্যা অতিক্ৰম ১৫০ৰ ঘৰ

অসীম চক্ৰৱৰ্তীৰ নলবাৰীৰ বাসগৃহত উদ্ধাৰ ৫০খন এডমিট

পলাতক অভিমন্যুৰ বাসগৃহতো উদ্ধাৰ অৰ্ধশতাধিক এডমিট

উদ্ধাৰ হোৱা এডমিট কাৰ্ডকেইখন স্বাস্থ্য আৰু PNRD বিভাগৰ

ইন্দ্ৰাণীৰ মাতৃৰ বাসগৃহতো উদ্ধাৰ ৪২খন এডমিট কাৰ্ড

ইন্দ্ৰাণীৰ মাতৃৰ ঘাৰত ভাৰাতীয়া হিচাপে আছিল অনুৰাগ চলিহা

এডমিট পোৱা প্ৰতিজন প্ৰাৰ্থীক জেৰা চলাব আৰক্ষীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button