Assamnationalঅসমআঞ্চলিকদৈনিক বাতৰি

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন ভাৰ উত্তোলক সিদ্ধান্ত গগৈক চৰাইদেউৰ “জিলা নিৰ্বাচন আইকন” হিচাপে বাছনি

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন ভাৰ উত্তোলক সিদ্ধান্ত গগৈক চৰাইদেউৰ "জিলা নিৰ্বাচন আইকন" হিচাপে বাছনি

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন ভাৰ উত্তোলক সিদ্ধান্ত গগৈক চৰাইদেউৰ “জিলা নিৰ্বাচন আইকন” হিচাপে বাছনি কৰা হৈছে। লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবেই  ভাৰ উত্তোলক গগৈক নিৰ্বাচনী আইকন হিচাপে বাছনি কৰে প্ৰশাসনে।

উল্লেখনীয় যে সোণাৰীৰ পাৰ্বতীপুৰৰ যুৱ ভাৰত্তোলক সিদ্ধান্ত গগৈয়ে ২০১৮ চনত উজবেকিস্তানত আয়োজিত য়ুথ এছিয়ানsonari ns চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জ, ২০১৯ চনত নেপালত আয়োজিত চাউথ এচিয়ান গেমছত সোণ, ২০২০ চনত উজবেকিস্তানত আয়োজিত যুথ আৰু জুনিয়ৰ চেম্পিয়নশ্বীপত ৰূপ, ২০২৩ চনত নয়দাত আয়োজিত জুনিয়ৰ কমনৱেথ চেম্পিয়নশ্বীপত সোণ, ২০২৩ চনতে নয়দাত আয়োজিত জুনিয়ৰ চেম্পিয়নশ্বীপত সোণ, প্ৰথম খেলো ইণ্ডিয়াত সোণ, তৃতীয় আৰু চতুৰ্থ খেলো ইণ্ডিয়াত ক্ৰমে সোণ আৰু ৰূপ, ২০২৩ চনৰ নেছনেল গেমছত সোণৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.