leatest updatenationalদৈনিক বাতৰিভাৰতমহাৰাষ্ট্ৰমুম্বাই

মহাৰাষ্ট্ৰৰ পালঘাটসদৃশ ঘটনাৰ পুনৰাবৃত্তি, পশ্চিমবংগত সাধু-সন্ন্যাসীক আক্ৰমণ দুৰ্বৃত্তৰ…..

মহাৰাষ্ট্ৰৰ পালঘাটসদৃশ ঘটনাৰ পুনৰাবৃত্তি, পশ্চিমবংগত সাধু-সন্ন্যাসীক আক্ৰমণ দুৰ্বৃত্তৰ.....

মহাৰাষ্ট্ৰৰ পালঘাটসদৃশ ঘটনাৰ পুনৰাবৃত্তি

পশ্চিমবংগত সাধু-সন্ন্যাসীক আক্ৰমণ দুৰ্বৃত্তৰ

নিবস্ত্ৰ কৰি সাধু-সন্ন্যাসীক মাৰপিট দুৰ্বৃত্তৰ দলৰ

মকৰ সংক্ৰান্তিৰ বাবে গংগাসাগৰলৈ যোৱা সাধুক আক্ৰমণ

পুৰুলিয়াৰ ঘটনাকলৈ দেশজুৰি চাঞ্চল্য

অপ্ৰত্যাশিত আক্ৰমণত শংকিত সন্ন্যাসী কেইজন

সমালোচনাৰ সন্মুখীন পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰ

ঘটনা সন্দৰ্ভত ১২ জনক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষীৰ

মকৰ সংক্ৰান্তি উপলক্ষে সাধু সন্ন্যাসীৰ এটা দল গৈ আছিল গংগাসাগৰ অভিমুখে। কিন্তু পথ হেৰুৱাই বিবুধিত পৰা সন্ন্যাসী কেইজনক আগুৰি ধৰে একাংশ লোকে। তাৰ পিছতেই সাধু কেইজনক মাৰপিটৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাই আকৌ এবাৰ প্ৰতিপন্ন কৰিলে পশ্চিমবংগত আইন–শৃংখলাজনিত পৰিস্থিতি অৱনমিত হোৱাটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button