অসমসাহিত্য

অৱশেষত ওলাই পৰিল চিঠিৰ আঁৰৰ জুলুঙাৰ মেকুৰী

সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠ যুৱতী প্ৰতীক্ষা দাসে লিখি দিছিল চিঠিখন

অব্যাহত আছে জুবিন গাৰ্গৰ ৰ/হস্যজনক মৃ/ত্যুৰ তদন্ত। তাৰ‌ মাজতে পোহৰলৈ আহিছে এক তথ্য।
জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই শুদ্ধ অসমীয়াত ফেচবুকত লিখা চিঠিখন মনত আছেনে?

শংকৰদেৱে আ-কাৰ ই-কাৰ নজনাকৈ কবিতা লিখাৰ দৰে সিদ্ধাৰ্থ শৰ্মাই ফেচবুকত লিখিছিল হেমকোষ সদৃশ এখন মুকলি চিঠি। চিঠিখন পঢ়িয়েই সকলোৱে সন্দেহ কৰিছিল যে চিঠিখন সিদ্ধাৰ্থ শৰ্মাই লিখা নহয়। কোনো ঘনিষ্ঠৰ দ্বাৰা লিখোৱা হৈছিল চিঠিখন‌। অৱশেষত ফাদিল হʼল সেই ৰহস্যৰ।
সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠ যুৱতী প্ৰতীক্ষা দাসে লিখি দিছিল চিঠিখন। বৰপেটাৰ প্ৰতীক্ষা দাসৰ সৈতে ঘনিষ্ঠতা আছিল সিদ্ধাৰ্থৰ। আৰু সেই সূত্ৰে মহানগৰীৰ জু ৰোডত থাকিবলৈ লৈছিল প্ৰতীক্ষাই। সিদ্বাৰ্থ আৰু প্ৰতীক্ষাৰ মাজত বৃহৎ পৰিমাণৰ ধনৰো লেনদেনৰ হৈছিল। ইতিমধ্যে SIT য়ে জেৰা চলাইছে প্ৰতীক্ষা দাসক। অৱশেষত ওলাই পৰিল চিঠিৰ আঁৰৰ জুলুঙাৰ মেকুৰী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.