অসম

সুৰাপায়ীৰ মূৰত ৰাম টাঙোন! হোৰাহোৰে বাঢ়িব সুৰাৰ দাম…

১৫ জুনৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য

পুনৰ বৃদ্ধি পাব সুৰাৰ দাম। ১৫ জুনৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য। ৰাজহ সংগ্রহৰ লক্ষ্যৰে বৃদ্ধি হ’ব সুৰাৰ মূল্য। ৮০ৰ পৰা ৯২ টকা পৰ্যন্ত বৃদ্ধি পাব সুৰাৰ দাম। প্রিমিয়াম, সাধাৰণ, সকলো সুৰাৰ দাম বৃদ্ধিৰ বাবে প্রস্তাৱ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button