অসমদৈনিক বাতৰিবলিউডবোলছবিমনোৰঞ্জনমুম্বাই

স্বেহনাজ গিলৰ মৰম লাগি গ’ল ছলমান খানলৈ, দেখাৰ লগে লগে কৰিলে চুম্বন! কিন্তু কিয়?

শেহতীয়াকৈ, অৰ্পিতা আৰু আয়ুষ শৰ্মাই নিজৰ ঘৰত ঈদৰ পাৰ্টি আয়োজন কৰিছিল। য'ত শ্বেহনাজ আৰু ছলমানৰক একেলগে দেখা গৈছিল

স্বেহনাজ গিলৰ মৰম লাগি গ’ল ছলমান খানলে! দেখাৰ লগে লগে কৰিলে চুম্বন। কিন্তু কিয়?
বিগ বছ ১৩ৰ পৰাই শ্বেহনাজ আৰু চলমানৰ মাজত এক সুন্দৰ সম্পৰ্ক আছে। শ্বেহনাজ গিলে শীঘ্ৰেই বলীউডত আত্মপ্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ, অৰ্পিতা আৰু আয়ুষ শৰ্মাই নিজৰ ঘৰত ঈদৰ পাৰ্টি আয়োজন কৰিছিল। য’ত শ্বেহনাজ আৰু ছলমানৰক একেলগে দেখা গৈছিল।

‘পঞ্জাৱৰ কেটৰিনা কাইফ’ হিছাপে বিগ বছ ১৩ত আত্মপ্ৰকাশ কৰা শ্বেহনাজ গিলক এটা ধুনীয়া ক’লা ৰঙৰ পাটিয়ালা চুট পিন্ধি থকা দেখা গৈছিল।

শ্বেহনাজে বলীউডৰ ‘ভাইজান’ক লগ পোৱাৰ লগে লগে, নিজৰ অনুভৱ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু এবাৰ বা দুবাৰ নহয়, বহুবাৰ, তেওঁক ‘যাদুৰ ঝাপ্পী’ দিয়া দেখা যায়।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.