Socialঅৰ্থনৈতিকঅসমখাদ্য

বেয়া খবৰ!! ‘ডমিন’জ’ আৰু ‘কে এফ চি’ ছীল কৰিলে পৌৰসভাই

পিজ্জা আৰু 'কে এফ চি' চিকেন খাই ভালপোৱাসকলৰ বাবে একান্তই বেয়া খবৰ।

পিজ্জা আৰু কে এফ চি’ চিকেন খাই ভালপোৱাসকলৰ বাবে একান্তই বেয়া খবৰ।

এতিয়াৰে পৰা আপোনালোকে আৰু সোৱাদ ল’ব নাপাব আপোনালোকৰ প্ৰিয় ৰেষ্টুৰা কেইখনত। আৱেলিপৰত য’ত সু-ষ্বাদু খাদ্য়ৰ লগতে আদ্দাৰ থল হৈ পৰে একাংশৰ বাবে।

আপুনি আৰু সোৱাদ ল’ব নোৱাৰিব ডমিন’জৰ পিজ্জা আৰু কে এফ চি’ চিকেনৰ কাৰণ বিশ্বনাথ চাৰিআলি চহৰৰ “ডমিন’জ” আৰু “কে এফ চি”  ছীল কৰিলে পৌৰসভাই ৷

উল্লেখ্য় যে, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ আৰু কাৰ্যবাহী বিষয়া দেৱাশিস গোস্বামীৰ নেতৃত্বত চলা অভিযানত ছীল কৰা হয় এই দুখন প্ৰতিষ্ঠান ৷

পৌৰসভাই ট্ৰেড লাইচেঞ্চ নথকাৰ বাবে ডমিন’জ আৰু পাৰ্কিংৰ ব্যৱস্থা নথকাৰ বাবে কে এফ চি ছীল কৰি দিয়ে বুলি জানিবলৈ দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.