Assamঅসমআঞ্চলিকদৈনিক বাতৰি

সৰ্থেবাৰী ব্যৱসায়িক সন্থাৰ ২৪ ঘণ্টীয়া বন্ধ পালন, বন্ধৰ সৰ্বাত্মক প্ৰভাৱ শিল্পনগৰী সৰ্থেবাৰীত

সৰ্থেবাৰী ব্যৱসায়িক সন্থাৰ ২৪ ঘণ্টীয়া বন্ধ পালন, বন্ধৰ সৰ্বাত্মক প্ৰভাৱ শিল্পনগৰী সৰ্থেবাৰীত

সৰ্থেবাৰী ব্যৱসায়িক সন্থাৰ ২৪ ঘণ্টীয়া বন্ধ পালন

বন্ধৰ সৰ্বাত্মক প্ৰভাৱ শিল্পনগৰী সৰ্থেবাৰীত

ব্যৱসায়িক সন্থাৰ বন্ধত স্তব্ধ স্বাভাৱিক জনজীৱন

ব্যৱসায়িক সন্থাৰ আহ্বানত বৃহৎ প্ৰতিবাদী সমদল

উল্লেখ্য যে সৰ্থেবাৰীক উপজিলা ঘোষণা কৰা, চৰকাৰী কাৰ্যালয়ৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত ২৪ ঘন্টীয়া বন্ধ কাৰ্যসূছী ৰূপায়ণ ব্যৱসায়ীক সন্থাৰ। প্ৰতিবাদী সমদলত ব্যৱসায়ীসকলৰ লগতে সৰ্থেবাৰী আঞ্চলিক ছাত্ৰ সন্থা, ই ৰিক্সা সন্থা মটৰ শ্ৰমিক সন্থা আৰু  ৰাইজে সহযোগ কৰে। বিগত প্ৰায় ১০ দিন ধৰি প্ৰতিবাদ মুখৰ হৈ থকা কাঁহ শিল্পনগৰীবাসীক আজিও আশ্বস্ত কৰিব পৰা নাই চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.