leatest updateঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ…

১ কোটি টকাৰ মানহানি গোচৰ APWৰ সভাপতি অভিজিৎ শৰ্মাৰ।

ভাৰতৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ। ১ কোটি টকাৰ মানহানি গোচৰ তৰিছে APWৰ সভাপতি অভিজিৎ শৰ্মাৰ।

‘Justice for the Judge : An Autobiography’ নামৰ গ্ৰন্থখনত লিখা কেইটামান বাক্যক লৈ তথা গ্রন্থখনত বহু আপত্তিজনক কথা সন্নিৱিষ্ট কৰাৰ অভিযোগত মানহানিৰ গোচৰ তৰিছে অভিজিৎ শৰ্মাই।

লগতে গ্রন্থখন নিষিদ্ধ কৰাৰো আবেদন জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.