অপৰাধঅসম

অসুস্থতাৰ অজুহাত দেখুৱাই আই চি ইউত ভৰ্তি হৈ আছিল ৰাজকন্যা বৰুৱা…

পুনৰ গ্ৰেপ্তাৰ হয় ৰাজকন্যা বৰুৱা

ৰাজকন্যাৰ স্বাস্থ্য সন্দৰ্ভত ৬ জনীয়া চিকিৎসকৰ দলে প্ৰতিবেদন দাখিল কৰে দিছপুৰ ACPৰ হাতত।

ৰাজকন্যাৰ স্বাস্থ্যৰ সকলো দিশ পৰীক্ষা কৰিয়েই দাখিল প্ৰতিবেদন কৰা হয়।

অধীক্ষকৰ সৈতে আলোচনা হোৱা পিছত পুনৰ আৰক্ষী দল আহি উপস্থিত হয় GNRCত।

তাৰপিছতেই গ্ৰেপ্তাৰ হয় ৰাজকন্যা বৰুৱা।

দিছপুৰস্থিত জি এন আৰ চি হাস্পতালৰ পৰা গ্ৰেপ্তাৰ হয় ৰাজকন্যা।

অসুস্থতাৰ অজুহাত দেখুৱাই আই চি ইউত ভৰ্তি হৈ আছিল ৰাজকন্যা বৰুৱা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.