Assamleatest update

ফাদিল প্ৰশ্নকাকত, বাতিল পৰীক্ষা!

বাতিল হোৱা বিষয়সমূহৰ নম্বৰ ইউনিট টেষ্ট পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়ন কৰা হ’ব।

ফাদিল প্ৰশ্নকাকত, বাতিল পৰীক্ষা! এখনৰ পাছত আনখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত বাতিল কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষা।

Exam Tips for Children: Managing Exam Stress | PSS Blog

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহক লৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। পৰীক্ষা অনুষ্ঠিত কৰাত ধাৰাবাহিক ব্যৰ্থতাৰ পিছতে উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ পৰীক্ষা বাতিল কৰা হৈছে। বাকী থকা পৰীক্ষাসমূহ আৰু অনুষ্ঠিত নহয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিছে এই জাননী।

Part I Examination - ESAIC

বাতিল হোৱা বিষয়সমূহৰ নম্বৰ ইউনিট টেষ্ট পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়ন কৰা হ’ব। অনুষ্ঠিত হৈ যোৱা পৰীক্ষাসমূহৰ মাৰ্কশ্বিট লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.