Assamleatest updateSocial

উৎপাদিত শাক পাচলিৰ উচিত মূল্য নাপায় ভাগি পৰিছে সাধাৰণ কৃষক

প্ৰতিদিনেই শাক পাচলিৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে

ৰাজ্যৰ বজাৰত একপ্ৰকাৰ অনিয়ন্ত্ৰিত হৈ পৰিছে নিত্য ব্যৱহাৰ্য শাক পাচলিৰ দাম। প্ৰতিদিনেই শাক পাচলিৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে। বৰষুণ আৰু বানৰ অজুহাতত একাংশ মুনাফালোভী বেপাৰী আৰু মধ্যভোগীয়ে ইচ্ছা অনুসৰি বঢ়াইছে শাক পাচলিৰ দাম।

বিপৰীতে বগাহাতীত পৰিণত ৰাজ্য চৰকাৰৰ তথাকথিত টাস্ক ফ’ৰ্চ। আনহাতে উৎপাদিত শাক পাচলিৰ উচিত মূল্য লাভ নকৰি ভাগি পৰিছে সাধাৰণ কৃষক।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.