APSCAssamInternationalInternationalleatest updatenationalSocialঅসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

দেশত প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধ আইন জাৰি

‘পাব্লিক এগজামিনেচন প্ৰিভেনচন অৱ আনফেয়াৰ মিন্স এক্ট’ বলৱৎ

দেশত প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধ আইন জাৰি

‘পাব্লিক এগজামিনেচন প্ৰিভেনচন অৱ আনফেয়াৰ মিন্স এক্ট’ বলৱৎ

শুকুৰবাৰে মাজনিশা কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰে এই আইন

৬ আৰু ৯ ফেব্ৰুৱাৰীত সংসদত গৃহীত হৈছিল আইনখন

কেন্দ্ৰীয় চৰকাৰৰ সকলো পৰীক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই আইন

UPSC, SSC, RRB, IBPS, NTAৰ পৰীক্ষাত হ’ব প্ৰযোজ্য

পৰীক্ষাৰ ক্ষেত্ৰত সংঘটিত অপৰাধ আওঁতালৈ আহিব আইনখনত

প্ৰশ্নকাকত ফাদিলত দোষীক ১০ লাখ টকাৰ জৰিমনা, ৩ বছৰ জে’ল

নিযুক্তি সেৱাৰ ছাৰ্ভিচ প্ৰভাইডাৰ দোষী হ’লে ১ কোটিৰ জৰিমনা

ছাৰ্ভিচ প্ৰভাইডাৰ দোষী সাব্যস্ত হ’লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড

NEET আৰু UGC-NET পৰীক্ষাৰ বিসংগতিয়ে দেশ জোকাৰি যোৱা সময়তে তৎপৰতা কেন্দ্ৰীয় চৰকাৰৰ। উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় নিযুক্তি অথবা নামভৰ্তিৰ পৰীক্ষাৰ ক্ষেত্ৰত দেশত নাছিল কোনো ধৰণৰ কঠোৰ আইনী ব্যৱস্থা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.