AssamCity newsleatest updatenationalpoliticalঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকশিক্ষা

NEET আৰু NETৰ বিসংগতিক লৈ উত্তপ্ত শিৱসাগৰ….. ছাত্ৰ মুক্তি, কৃষক মুক্তি সংগ্ৰামৰ উত্তাল প্ৰতিবাদ……

NEET আৰু NETৰ বিসংগতিক লৈ উত্তপ্ত শিৱসাগৰ

ছাত্ৰ মুক্তি, কৃষক মুক্তি সংগ্ৰামৰ উত্তাল প্ৰতিবাদ

শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি নেখেলিবলৈ সকীয়নি

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী

প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ

কেইবাজনো প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হায় হায়, পৰীক্ষাৰ নামত ল’ৰা ধেমালি বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে।

 

 

 

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.