Educationঅসমভাৰত

ঘোষণা হ’ল ২০২১ বৰ্ষৰ UPSC পৰীক্ষাৰ ফলাফল

শীৰ্ষৰ প্ৰথম ৪ স্থান দখল ছাত্ৰীৰ

◾ঘোষণা হ’ল ২০২১ বৰ্ষৰ UPSC পৰীক্ষাৰ ফলাফল

◾শীৰ্ষৰ প্ৰথম ৪ স্থান দখল ছাত্ৰীৰ

◾অসমৰ দুগৰাকী শিক্ষাৰ্থীৰ স্থান লাভ

◾৫০৬ স্থান দখল শিল্পা খনিকৰৰ

◾৬৩৯ স্থান দখল কৰিছে দেৱজ্যোতি বৰ্মনে

◾৬৮৫গৰাকী উত্তীৰ্ণ হৈছে UPSCপৰীক্ষাত

◾প্ৰথম স্থান লাভ কৰিলে শ্ৰুতি শৰ্মাই

◾দ্বিতীয় স্থান লাভ অংকিতা আগৰৱালাৰ

◾তৃতীয় স্থান লাভ জামিনী সিংলাৰ

◾চতুৰ্থ স্থান লাভ ঐশ্বৰ্য বাৰ্মাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button