অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

গুৱাহাটীৰ আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, মেজিক ভান আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ

গুৱাহাটীৰ আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

মেজিক ভান আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ

দুৰ্ঘটনাত নিহত ৰাজীৱ তালুকদাৰ নামৰ এজন

গুৰুতৰভাৱে আহত মেজিকৰ ৮জন আৰোহী

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰ চালকৰ

আহত ৰবিন দাস, হাবিল আলী, মান্নাল আলী, ধিৰেন দাস। বৰ্তমানেও চিনাক্ত হোৱা নাই আন চাৰিজন আহতৰ পৰিচয়। আহত সকলৰ দুজনক তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে দুজনক নাৰায়না হাস্পতালত আৰু বাকী ৪জনক প্ৰেৰণ কৰা হয় GMCHলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.