অসমদৈনিক বাতৰিভাৰত

তিনিদনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ ৰাষ্ট্ৰপতি দ্ৰুৌপদী মুৰ্মু

তিনিদনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ ৰাষ্ট্ৰপতি দ্ৰুৌপদী মুৰ্মু

তিনিদনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি

আজিৰ পৰা ৮ এপ্ৰিললৈ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণ

কাইলৈ অংশ ল’ব কাজিৰঙাৰ গজ মহোৎসৱত

কাজিৰঙাত জীপ ছাফাৰি, হাতী চাফাৰিৰ আনন্দ ল’ব ৰাষ্ট্ৰপতিয়ে

গুৱাহাটীত শুভাৰম্ভ কৰিব কাঞ্চনজংঘা পৰ্বত অভিযান

অংশ ল’ব গৌহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীত

৮ এপ্ৰিলত অংশ ল’ব তেজপুৰ বায়ু সেনাৰ অনুষ্ঠানত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.