অসমৰাজনৈতিক

মাজুলী উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

মাজুলীত বিজেপি প্ৰাৰ্থী হ’ব ভুবন গাম

◾ মাজুলী উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

◾ মাজুলীত বিজেপি প্ৰাৰ্থী হ’ব ভুবন গাম

◾ আজি নতুন দিল্লীত ঘোষণা ভূবন গামৰ নাম

◾ দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে কৰে ঘোষণা

◾ ৩জনীয়া প্ৰাৰ্থী তালিকা প্ৰেৰণ কৰা হৈছিল দিল্লীলৈ

◾ প্ৰাৰ্থী তালিকাত আছিল বিতোপণ দলে, হেমচন্দ্ৰ দলেৰ নাম

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 15 =

Back to top button