অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

যিকোনো মুহূৰ্ততে ছীল কৰি দিয়া হ’ব গুৱাহাটী মহানগৰীৰ ‘আকাৰ’ নিচামুক্তি কেন্দ্ৰ

যিকোনো মুহূৰ্ততে ছীল কৰা হ’ব নিচামুক্তি কেন্দ্ৰ

‘আকাৰ’ নিচামুক্তি কেন্দ্ৰ ছীল কৰাৰ সিদ্ধান্ত

কেন্দ্ৰটোত বুধবাৰে মৃত্যু হৈছিল এজন যুৱকৰ

মৃত্যু হৈছিল শিলপুখুৰীৰ নৱ কলিতাৰ

৩ দিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল কেন্দ্ৰটোত

কেন্দ্ৰটোৰ কেয়াৰ টেকাৰ ৰক্তিমক গ্ৰেপ্তাৰ আৰক্ষীৰ

কেন্দ্ৰটোত থকা যুৱকক প্ৰহাৰৰ অভিযোগ ৰক্তিমৰ বিৰুদ্ধে

নৱ কলিতাকো মাৰধৰ কৰাৰ অভিযোগ ৰক্তিমৰ বিৰুদ্ধে

CCTVত আৱদ্ধ মাৰপিটৰ দৃশ্য

বুধবাৰে বিয়লি সোধা-পোছাৰ বাবে আটক স্বত্বাধিকাৰীক

সোধা-পোছাৰ অন্তত যাবলৈ দিয়া হয় স্বত্বাধিকাৰীক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.