জম্মু-কাশ্মীৰদুৰ্ঘটনাদৈনিক বাতৰি

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! নিহত পাইলটৰ লগতে সহ পাইলট…

প্ৰতিকুল বতৰৰ বাবে হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ ওলাওতে সংঘটিত হয় দুৰ্ঘটনা।

শুকুৰবাৰে উত্তৰ কাশ্মীৰৰ গুৰেজ চেক্টৰত ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত হেলিকপ্টাৰৰ পাইলট নিহত হোৱাৰ লগতে সহ-পাইলটজন আহত হয়।

বি এচ এফ জোৱানক উদ্ধাৰৰ বাবে গৈছিল হেলিকপ্টাৰখন। প্ৰতিকুল বতৰৰ বাবে হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ ওলাওতে সংঘটিত হয় দুৰ্ঘটনা।

দুৰ্ঘটনাৰ পিছত উদ্ধাৰ অভিযান দলসমুহ প্ৰেৰণ কৰা হৈছিল। আঘাতপ্ৰাপ্ত সহ-পাইলটজনক ইতিমধ্যে চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰা হৈছে। কিন্তু অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.