অসম

বুধবাৰে নগাঁৱত ড্ৰাগছসহ আটক দুজন

বুধবাৰে নিশা নগাঁও জিলাৰ কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কচুৱা আৰক্ষীয়ে। আৰক্ষীয়ে অভিযান চলাই এখন সাৰৰ দোকানৰ পৰা ড্ৰাগছ সহ আটক কৰে দুজন লোকক।

আটকাধীন লোক দুজনৰ ভিতৰত এজন হৈছে কচুৱা আদৰ্শ চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী মামুদ হুছেইন আৰু আনজন মুজাহিদ ইছলাম।

উল্লেখ্য যে, ড্ৰাগছখিনি চিকিৎসা কৰ্মী মামুদ হুছেইনে বিক্ৰী কৰিবলৈ লৈ অহাৰ অভিযোগ তুলিছে মুজাহিদ ইছলামে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.