অসমদৈনিক বাতৰিভাৰত

উত্তৰ ভাৰতত প্ৰাকৃতিক বিপৰ্যয়ৰ তাণ্ডৱ, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যত বানৰ সংহাৰ লীলা

উত্তৰ ভাৰতত প্ৰাকৃতিক বিপৰ্যয়ৰ তাণ্ডৱ, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যত বানৰ সংহাৰ লীলা

উত্তৰ ভাৰতত প্ৰাকৃতিক বিপৰ্যয়ৰ তাণ্ডৱ

প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যত বানৰ সংহাৰ লীলা

ডাৱৰ বিস্ফোৰণৰ জলপ্ৰলয় জুনাগড় চহৰত

পাহাৰৰ পৰা বৈ অহা পানীয়ে উটুৱাই নিলে যান-বাহন

৫-৬ ফুট পৰ্যন্ত পানীৰ তলত চহৰখনৰ প্ৰায় অঞ্চল

বন্যাৰ্তক উদ্ধাৰৰ বাবে NDRFৰ অভিযান

নিৰাপদ স্থানলৈ স্থানান্তৰ বন্যাৰ্তক

শনিবাৰে গুজৰাটত ৮ ঘণ্টাত ২১৯ মিঃমিৰ অধিক বৰষুণ

ধাৰাষাৰ বৰষুণে ৰাজ্যখনলৈ আনিছে প্ৰৱল ভাবুকি

মহাৰাষ্ট্ৰত বান-ভূমিস্খলনত ২২জনৰ মৃত্যু

পানীৰ ঢলে উটুৱাই নিছে বহু পশুধন

সমগ্ৰ উত্তৰ ভাৰততেই জলপ্ৰলয়ে লৈছে ভয়ংকৰ ৰূপ

নতুন দিল্লীত হাই এলাৰ্ট

দ্ৰুতস্তৰত বৃদ্ধি পাইছে যমুনাৰ জলস্তৰ

আজি পুৱা ভাগলৈকে যমুনাৰ জলস্তৰ ২০৪.৯৬

সকলোকে সতৰ্ক থকাৰ আহ্বান দিল্লী প্ৰশাসনৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.