অসম

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন…

বৃহস্পতিবাৰে, নৱগ্ৰহ মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায় মন্ত্ৰী সীতাৰমনে।

অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। বুধবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন...

বৃহস্পতিবাৰে, নৱগ্ৰহ মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায় মন্ত্ৰী সীতাৰমনে।

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন...

নিৰ্মলা সীতাৰমনক সংগ দিয়ে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − 3 =

Back to top button