অসম

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন…

বৃহস্পতিবাৰে, নৱগ্ৰহ মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায় মন্ত্ৰী সীতাৰমনে।

অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। বুধবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন...

বৃহস্পতিবাৰে, নৱগ্ৰহ মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায় মন্ত্ৰী সীতাৰমনে।

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন...

নিৰ্মলা সীতাৰমনক সংগ দিয়ে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

four × four =

Back to top button