leatest updatenational

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ EDৰ চমন

ইতিমধ্যে ৮বাৰকৈ চমন জাৰি কৰিছে EDএ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ EDৰ চমন
দেওবাৰে EDএ কেজৰিৱালক জাৰি কৰে দুখনকৈ চমন
দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰিক লৈ জাৰি এই চমন
অহা ২১ মাৰ্চত EDৰ জেৰাৰ সন্মুখীন হ’ব লাগিব কেজৰিৱাল
ইতিমধ্যে ৮বাৰকৈ চমন জাৰি কৰিছে EDএ
দিল্লীৰ জল ব’ৰ্ডৰ আন এক গোচৰটো ১৮ মাৰ্চত হাজিৰ হোৱাৰ নিৰ্দেশ
জল ব’ৰ্ডৰ নিবিদাত দুৰ্নীতিৰ অভিযোগ
CBIৰ এক গোচৰৰ ভিত্তিত EDএ জাৰি কৰিছে এই চমন

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.