Internationalleatest updateSocial

দুঃসাহসিক কৰ্মৰ প্ৰতি আপুনি আগ্ৰহী নেকি?

এণ্টাৰ্কটিকাত পেংগুইন গণনাৰ বাবে মুকলি হৈছে নিযুক্তি।

দুঃসাহসিক কৰ্মৰ প্ৰতি আপুনি আগ্ৰহী নেকি? যদি আগ্ৰহী তেন্তে আপোনাৰ বাবে এটা বিশেষ চাকৰি। এণ্টাৰ্কটিকাত পেংগুইন গণনাৰ বাবে মুকলি হৈছে নিযুক্তি। UK Antarctic Heritage Trust (UKAHT)এ পৃথিৱীৰ আটাইতকৈ দক্ষিণ অংশত ডাকঘৰত পাঁচজন লোকক নিয়োগ কৰিব বিচাৰিছে।

মেইল ক্ৰমবদ্ধ কৰিবলৈ আৰু অঞ্চলটোত পেংগুইনৰ সংখ্যা গণনা কৰিবলৈ মুকলি কৰা হৈছে এই নিযুক্তি প্ৰক্ৰিয়া। Trust ৰ এক্স আৰু অন্যান্য ছ’চিয়েল মিডিয়া হেণ্ডেলত এই কথা উল্লেখ কৰিছে। তেওঁলোকৰ ছ’চিয়েল মিডিয়া পোষ্ট অনুসৰি এইটো পোৰ্ট লকৰয়ত কাৰ্যকাল হ’ব পাঁচ মাহ। পোৰ্ট লকৰয় গৌডিয়াৰ দ্বীপত অৱস্থিত। UKAHT-ৰ ৱেবছাইটত কোৱা হৈছে যে ইয়াক ১৮,০০০ লৈকে ক্ৰুজ জাহাজ দৰ্শনাৰ্থীয়ে পৰিদৰ্শন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.