AssamInternationalleatest update

পুনৰ ৰক্তাক্ত হামাছ। ইজৰাইলৰ বোমা আক্ৰমণত গাজাত শিশু মহিলাসহ ১৮৪গৰাকীকৈ লোকৰ মৃত্যু।

সাময়িক যুদ্ধবিৰতিৰ অন্তত পুনৰ ইজৰাইল হামাছৰ মহাযুদ্ধই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।

ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত পুনৰ ৰক্তাক্ত হামাছ। বিগত ২৪ ঘণ্টাত ইজৰাইলৰ বোমা আক্ৰমণত গাজাত শিশু মহিলাসহ ১৮৪গৰাকীকৈ লোকৰ মৃত্যু হৈছে। আনহাতে আহত হৈছে ৫৮৯গৰাকী।

সাময়িক যুদ্ধবিৰতিৰ অন্তত পুনৰ ইজৰাইল হামাছৰ মহাযুদ্ধই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। এই ক্ষেত্ৰত অসহায় হৈ পৰিছে কাটাৰকে মুখ্য কৰি সকলো মধ্যস্থতাকাৰী দেশ। নিশাৰ ভাগত পুনৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকৰ আশংকাত গাজাত আতংকিত হৈ পৰিছে সাধাৰণ জনতা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.