APSCAssamCMO AssamscamSocial

দুই APS বিষয়ালৈ পুনৰ SITৰ চমন

বহু অভিযুক্ত বিষয়াৰ আত্মগোপন

দুই APS বিষয়ালৈ পুনৰ SITৰ চমন

ASP কল্যাণ দাসক চমন SITৰ

ASP নৱনীতা শৰ্মালৈও SITৰ চমন

CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ

৪ ডিচেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ SITৰ

কল্যাণ দাসক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত আছে দুই বিষয়াৰ নাম

শীঘ্ৰে অধিক ACS, APSলৈ SITৰ চমন

বহু অভিযুক্ত বিষয়াৰ আত্মগোপন

ৰাজ্যজুৰি SITৰ ব্যাপক অভিযানৰ সম্ভাৱনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.