অসম

৬ মহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা

৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন আৰু অংক, ইংৰাজী, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞানত থাকিব OBJECTIVE প্ৰশ্ন

ঘোষণা হ’ল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন। ৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব HSLCৰ পৰীক্ষা। নতুন শিক্ষানীতিৰে অনুষ্ঠিত হ’ব পৰীক্ষা। ২৪, ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব PRACTICAL EXAM.ৰাজ্যৰ ৯১২টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। নতুনকৈ ৯টা চেণ্টাৰত অনুষ্ঠিত হ’ব পৰীক্ষা। ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন আৰু অংক, ইংৰাজী, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞানত থাকিব OBJECTIVE প্ৰশ্ন। পৰীক্ষাত ক’লা বা নীলা চিয়াঁহিৰে লিখিব পাৰিব পৰীক্ষাৰ্থীয়ে। ২০ মাৰ্চত অন্ত পৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১ লাখ ৯৩ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ বাবে পঞ্জীয়ন। ৬ মহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব পৰীক্ষা

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.