Socialঅসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য ড° ৰঞ্জিত তামুলীক বৰ্খাস্ত

দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল উপাচাৰ্য গৰাকী

◼️ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য ড° ৰঞ্জিত তামুলীক বৰ্খাস্ত

◼️বিশ্ববিদ্যালয়ৰ বহু দুৰ্নীতিৰ অভিযুক্ত আছিল ড° তামুলী

◼️দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল উপাচাৰ্য গৰাকী

◼️তদন্তকাৰী সমিতিৰ প্ৰতিবেদনত পোহৰলৈ আহিল দুৰ্নীতিৰ নতুন তথ্য

◼️দুৰ্নীতি প্ৰমাণ হোৱাত বৰ্খাস্ত কৰিলে উপাচাৰ্য ড° তামুলীক

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.