Socialঅসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য ড° ৰঞ্জিত তামুলীক বৰ্খাস্ত

দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল উপাচাৰ্য গৰাকী

◼️ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য ড° ৰঞ্জিত তামুলীক বৰ্খাস্ত

◼️বিশ্ববিদ্যালয়ৰ বহু দুৰ্নীতিৰ অভিযুক্ত আছিল ড° তামুলী

◼️দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল উপাচাৰ্য গৰাকী

◼️তদন্তকাৰী সমিতিৰ প্ৰতিবেদনত পোহৰলৈ আহিল দুৰ্নীতিৰ নতুন তথ্য

◼️দুৰ্নীতি প্ৰমাণ হোৱাত বৰ্খাস্ত কৰিলে উপাচাৰ্য ড° তামুলীক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button