AssamEducationGovernment SchemeHimanta Biswa SarmaInternationalInternationalnationalnorth eastPMo indiapoliticalRegionalSocialSocial Networkঅৰ্থনৈতিকঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দেশৰ প্ৰথমটো পানী তলৰ মেট্ৰ’ সেৱা

ভূ-পৃষ্ঠৰ ৩০ মিটাৰ তলেৰে ৪.৮ কি.মি. দৈৰ্ঘ্যৰ এই ৰে’লপথটো

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয়শাসিত অঞ্চললৈ ১০ দিনীয়া ভ্ৰমণসূচীৰে যাত্ৰাৰে কলকাতাত ১৫,৪০০ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । পশ্চিম বংগলৈ মোদীৰ এইয়া দ্বিতীয় ভ্ৰমণ কাৰ্যসূচী । প্ৰধানমন্ত্ৰী মোদীয়ে কলকাতা মেট্ৰ’ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ হাওৰা মৈদান-এছপ্লেনেড খণ্ডৰ উদ্বোধন কৰে । যিটো দেশৰ প্ৰথমটো পানী তলৰ মেট্ৰ’ সেৱা । ৪.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই অংশ ৪,৯৬৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে । হাওৰাত ভাৰতৰ আটাইতকৈ দ’ মেট্ৰ’ ষ্টেচন হ’ব, যিটো ভূপৃষ্ঠৰ পৰা ৩০ মিটাৰ তলত । প্ৰধানমন্ত্ৰী মোদীয়ে কলকাতা যাত্ৰাৰ সময়ত চহৰীয় গতিশীলতাত সুচলতা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আন ৰে’ল সেৱাৰ ব্যৱস্থা কৰাৰ সেউজ সংকেত দি আজিয়েই যাত্ৰীৰ বাবে মুকলি কৰা হ’ল ৰে’লপথটো ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 1 =

Back to top button