অসমআঞ্চলিকউৎসৱপৰিৱেশবতৰ

ৰাজ্যৰ ভিন্নপ্ৰান্তত প্ৰকৃতিৰ তাণ্ডৱ ৰূপ।

বতৰে ম্লান পেলাব নেকি বিহুৰ আনন্দ উছাহ!

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। বিহুক লৈ সকলোতে আৰম্ভ হৈছে প্ৰস্তুতি। কিন্তু বিহুৰ প্ৰস্তুতিৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অহা ধুমুহা- বৰষুণে সেমেকাই তুলিছে বিহুৰ আনন্দ উল্লাহ। কিছু কিছু ঠাইত ধুমুহা-বৰষুণ আৰু কিছু কিছু ঠাইত শিলা-বৃষ্টিয়ে তচনচ কৰিছে বহুতো অঞ্চল।

hailstorm: How to protect yourself from a hailstorm - IMD issues warning  for hailstorm and rainfall spell over northwest India | The Economic Times

আজি দিনৰ ভাগত ডবকাত হঠাৎ ধুমুহাৰ তাণ্ডৱ ৰূপ। বৃহত্তৰ অঞ্চলত ধুমুহাই তচনচ কৰিলে গছ–গছনি। চলন্ত গাড়ীত উভালি পৰিল প্ৰকাণ্ড গছ। কথমপি প্ৰাণৰক্ষা গাড়ীখনৰ যাত্ৰীৰ।ডবকাৰ দীঘল জাৰুনী গাঁৱতো বিস্তৰ ক্ষতি। একেদিনাই গোগামুখতো হঠাতে ধুমুহা আৰু শিলাবৃষ্টি। গোগামুখৰ বিভিন্ন স্থানত বিধ্বংসী ধুমুহা। ধুমুহা-শিলাবৃষ্টিৰ ফলত ব্যাপক ক্ষয়-ক্ষতি। সমগ্ৰ গোগামুখ অঞ্চলত ব্যাহত বিদ্যুৎ সেৱা। লগতে প্ৰচণ্ড ধুমুহাই কোবাই গ’ল ডিব্ৰুগড় জিলাৰ মৰাণৰ বিভিন্ন অঞ্চল। মৰাণৰ খোবাং, দাঁতিকাষৰীয়া অঞ্চলতো প্ৰবল ধুমুহা।

IMD predicts hailstorm in these Odisha districts on March 31

উল্লেখ্য যে উজনিৰ পৰা নামনিলৈ এতিয়া সকলোতে কেৱল দেখা গৈছে বতৰৰ তাণ্ডৱ ৰূপ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button