অসমআঞ্চলিকগুৱাহাটীৰাজনৈতিক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ভাবুকিৰ ফোনকল

ডিব্ৰুগড় কাৰাগাৰত থকা খালিস্তানী নেতাক আতিশায্যৰ অভিযোগ

এটা ফোনকল। ফোনকলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ভাবুকি। … ‘YOU HAVE TO FACE THE RETALIATION’। সম্পূৰ্ণ শুদ্ধ ইংৰাজীত ফোনকল বাৰ্তা বিভিন্নজনলৈ। খালিস্তানী সমৰ্থকৰ ভাবুকিৰ ফোনকল বিভিন্নজনলৈ। ডিব্ৰুগড় কাৰাগাৰত থকা খালিস্তানী নেতাক আতিশায্যৰ অভিযোগ। আতিশায্য বন্ধ নহ’লে পৰিণাম ভুগিব লাগিব বুলি ভাবুকি।

9435543059 ফোন নম্বৰৰ পৰা আহিছে এই ফোনকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি এই ফোনকল। উল্লেখ্য় যে ট্ৰু কলাৰত মনোৰঞ্জন বুলি চিহ্নিত ফোন নম্বৰৰ গৰাকী। ফোন নম্বৰটোত নাই কোনো ইনকামিঙৰ সুবিধা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.