অসমচিকিৎসাদৈনিক বাতৰি

ভয়াৱহ ৰূপত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ! অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু ৩গৰাকী যুৱতীৰ

ভয়াৱহ ৰূপত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ! অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু ৩গৰাকী যুৱতীৰ

ভয়াৱহ ৰূপত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ!

অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু ৩গৰাকী যুৱতীৰ

বসন্তৰ দৰে শৰীৰত দেখা দিছিল ফোঁহা

বসন্ত বুলি ভাবি ঘৰতে কৰি আছিল নিয়ম-কানুন

পৰৱৰ্তী সময়ত তিনিওকে লৈ যোৱা হৈছিল চিকিৎসালয়লৈ

ফোঁহাৰ পৰাই সমগ্ৰ গালৈ বিয়পিছিল বিষ

ক্ৰমশঃ অৱশ হৈ পৰা তিনিওগৰাকী ইতিমধ্যে মৃত্যু

মৃত্যু মণিকা ঘাটোৱাৰ, ৰঞ্জু ঘাটোৱাৰ, লক্ষ্মী ঘাটোৱাৰৰ

ঘটনাক লৈ বিশ্বনাথৰ বিহালীত তীব্ৰ চাঞ্চল্য

ৰোগ চিনাক্তৰ বাবে তেজৰ নমুনা সংগ্ৰহ

বিশ্বনাথ স্বাস্থ্য বিভাগৰ ব্যাপক তৎপৰতা

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.