Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

জোনাইত মানৱ সমাজক লজ্জানত কৰা ঘটনা, ৫ বছৰীয়া শিশুক ধৰ্ষণ এটা লম্পটৰ….

জোনাইত মানৱ সমাজক লজ্জানত কৰা ঘটনা

৫ বছৰীয়া শিশুক ধৰ্ষণ এটা লম্পটৰ

গালী মেচাকিৰ গৰ্গৰাম পাৱৰ বিৰুদ্ধে অভিযোগ

বিস্কুটৰ প্ৰলোভন দি কণমানি শিশুক নিৰ্যাতন

কৰ্মসূত্ৰে শিশুটিৰ তামিলনাডুত থাকে শিশুটিৰ পিতৃ-মাতৃ

ককাক-আইতাকৰ সৈতে বসবাস কৰে শিশুটিৱে

ঘটনাক কেন্দ্ৰ কৰি জোনাইত তীব্ৰ প্ৰতিক্ৰিয়া

জোনাই থানাত লম্পটৰ বিৰুদ্ধে এজাহাৰ পৰিয়ালৰ

লম্পট গৌৰৱ পাৱক ফাঁচিৰ দাবী ক্ষুব্ধ ৰাইজৰ

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.