AssamCity newsInternationalnationalpoliticalঅসমকর্ণাটককেৰালাগুৱাহাটীদিল্লীদৈনিক বাতৰিবিশ্বভাৰতমহাৰাষ্ট্ৰমুম্বাইৰাজনৈতিকস্বাস্থ্য

জটিলতাৰ দিশত দেশৰ ক’ভিড পৰিস্থিতি, নতুন ভেৰিয়েণ্ট JN-1ৰ সংক্ৰমণ ক্ৰমশঃ বৃদ্ধি…..

জটিলতাৰ দিশত দেশৰ ক’ভিড পৰিস্থিতি

নতুন ভেৰিয়েণ্ট JN-1ৰ সংক্ৰমণ ক্ৰমশঃ বৃদ্ধি

কেৰালা, কৰ্ণাটকৰ পৰিস্থিতি অধিক অৱনতি

কৰ্ণাটকত মঙলবাৰে ৭৪জন নতুনকৈ আক্ৰান্ত JN-1ত

ক’ভিড আক্ৰান্তক লৈ কৰ্ণাটক চৰকাৰৰ বৃহৎ ঘোষণা

সাতদিনৰ হোম আইছলেশ্যনৰ নিৰ্দেশ ক’ভিড আক্ৰান্তক

আক্ৰান্তৰ নিকট সকলোকে পৰীক্ষাৰ নিৰ্দেশ

কেৰালাৰ পিছত এতিয়া কৰ্ণাটকৰ ক’ভিড পৰিস্থিতি অধিক জটিলতাৰ দিশত আগবাঢ়িছে। বিশেষকৈ বাংগালুৰু চহৰত পৰিস্থিতিৰ অৱনতি ঘটিবলৈ ধৰিছে। মঙলবাৰে ৰাজ্যখনত ৭৪জন লোক নতুনকৈ JN-1ত আক্ৰান্ত হয়। এই ৭৪গৰাকীৰ ভিতৰত ৫৭গৰাকী আক্ৰান্তই বাংগালুৰু চহৰৰ বাসিন্দা।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.