Covid-19Educationঅসমজীৱনশৈলী

দীৰ্ঘদিনৰ অন্তত আৰম্ভ হ’ল শ্ৰেণীকোঠাৰ পাঠদান

ভেকচিন লোৱা শিক্ষক আৰু শিক্ষাৰ্থীকহে বিদ্যালয়লৈ অহাৰ অনুমতি প্ৰদান

দীৰ্ঘদিনৰ অন্তত ৰাজ্যত খোল খালে বিদ্যালয় সমূহ। আজিৰে পৰা আৰম্ভ হ’ল শ্ৰেণীকোঠাৰ পাঠদান। ক’ভিড পৰিস্থিতিৰ বাবে বহুদিনে বন্ধ হৈ আছিল ৰাজ্যৰ বিদ্যালয় সমূহ।

ৰাজ্যত ক’ভিড পৰিস্থিতি কিছু হ্ৰাস পোৱাত সম্পুৰ্ণ ক’ভিড বিধি মানি স্কুল, কলেজসমুহত আৰম্ভ কৰা হৈছে পাঠদান। আজিৰে পৰা খুলি দিয়া হৈছে কলেজ হোষ্টেলসমূহো।

ভেকচিন লোৱা শিক্ষক আৰু শিক্ষাৰ্থীকহে বিদ্যালয়লৈ অহাৰ অনুমতি প্ৰদান কৰা হৈছে।

ইয়াৰ লগে লগে আৰম্ভ হ’ব HS চূড়ান্ত বৰ্ষৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পাঠদান।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.