অপৰাধঅসমভাৰত

ক’ভিডৰ ভয়াৱহতাৰ মাজতে জালত পৰিল তেজৰ দালাল

ক’ভিডৰ ভয়াৱহতাৰ মাজতে লখিমপুৰত আৰক্ষীৰ জালত পৰিল তেজৰ দালাল।

মুজাম্মিল আলী নামৰ দাদালটোক নিজ বাসগৃহৰ পৰা আটক কৰে লখিমপুৰ আৰকীয়ে।

টিম হিউমিটি নামৰ সেস্বাসেৱী সংস্থাটোৰ তৎপৰতাত পোহৰলৈ আহে লখিমপুৰত চলি থকা তেজৰ কলা ব্যৱসায়ৰ কথা। গোপন খবৰৰ ভিত্তিত টিম হিউমিনিটিয়ে চলোৱা অনুসন্ধানত পোহৰলৈ আহে সমগ্ৰ ঘটনা।

আৰক্ষীৰ অনুসন্ধানত এই চক্ৰটোৰ বহু সদস্যৰ লগতে একাংশ চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰী জালত পৰাৰ সম্ভাৱনা আছে। লখিমপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.