AssamCMO AssamInternationalInternationalleatest updatenationalPMo indiauniversঅষ্ট্ৰেলিয়াআন্তঃৰাষ্ট্ৰীয়আমেৰিকাইউনাইটেড কিংদমইজিপ্তইণ্ডোনেছিয়ানচৌদি আৰৱছিংগাপুৰদিল্লীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকপৰ্যটনবিশ্বভাৰত

ৰাম মন্দিৰৰ প্ৰান প্ৰতিষ্ঠাত কোন সমূহ দেশে নিমন্ত্ৰণ লাভ কৰিছে?

বিদেশী ৫৫ খন দেশৰ পৰা ১০০ জনতকৈয়ো অধিক অতিথিক আমন্ত্ৰণ কৰিছে।

মঙলবাৰে প্ৰায় ৫০০ বছৰৰ পাছত ৰাম জনমভূমি অযোধ্যাত প্ৰান প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰ। বিদেশী
৫৫ খন দেশৰ পৰা ১০০ জনতকৈয়ো অধিক অতিথিক আমন্ত্ৰণ কৰিছে।

আমন্ত্ৰণ জনোৱা দেশসমূহৰ ভিতৰত আছে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, বেলাৰুছ, বটছৱানা, কানাডা, কলম্বিয়া, ডেনমাৰ্ক, ডমিনিকা, কংগো গণতান্ত্ৰিক গণৰাজ্য (DRC), ইজিপ্ত, ইথিওপিয়া, ফিজি, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, ঘানা, গায়ানা, হং কং, হাংগেৰী, ইণ্ডোনেছিয়া, আয়াৰলেণ্ড, ইটালী, জামাইকা, জাপান, কেনিয়া, কোৰিয়া, মালয়েছিয়া, মালাউই, মৰিচাছ, মেক্সিকো, ম্যানমাৰ, নেদাৰলেণ্ড, নিউজিলেণ্ড, নাইজেৰিয়া, নৰৱে, ছিয়েৰা লিয়ন, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, স্পেইন, শ্ৰীলংকা , চুৰিনাম, ছুইডেন, টাইৱান, তাঞ্জানিয়া, থাইলেণ্ড, ট্ৰিনিদাদ এণ্ড ট’বাগো, ৱেষ্ট ইণ্ডিজ, উগাণ্ডা, ব্ৰিটেইন, আমেৰিকা, ভিয়েটনাম, আৰু জাম্বিয়া।

অনুষ্ঠানটোৰ সমগ্ৰ কাৰ্যসূচী বিশ্ব হিন্দু পৰিষদৰ যুটীয়া সাধাৰণ সম্পাদক স্বামী বিজ্ঞানন্দ‌ই চম্ভালি আছে। তেখেতে জনাইছে যে আন্তঃৰাষ্ট্ৰীয় অতিথি সকল ২০ জানুৱাৰীত লক্ষ্নৌত আহি উপস্থিত হ’ব আৰু ২১ তাৰিখে বিয়লি অযোধ্যাত উপস্থিত হ’ব।
উল্লেখ্য যে প্ৰতিকূল বতৰৰ সমস্যাৰ সম্মুখীন নহ’বৰ বাবে অতিথি সকলক সোনকালে মাতি পঠিয়াইছে বুলি স্বামী বিজ্ঞানন্দই মন্তব্য কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button