অসমগুৱাহাটীদৈনিক বাতৰিশিক্ষা

CSIR UGC NET পৰীক্ষাত অথন্তৰ, শিক্ষাৰ্থীক লৈ হেতালি মা কামাখ্যা অনলাইন চেণ্টাৰৰ

CSIR UGC NET পৰীক্ষাত অথন্তৰ, শিক্ষাৰ্থীক লৈ হেতালি মা কামাখ্যা অনলাইন চেণ্টাৰৰ

CSIR UGC NET পৰীক্ষাত অথন্তৰ

শিক্ষাৰ্থীক লৈ হেতালি মা কামাখ্যা অনলাইন চেণ্টাৰৰ

মা কামাখ্যা পৰীক্ষাকেন্দ্ৰত নাই কোনো কৰ্তৃপক্ষ

পুৱা ৯ বজাত অনুষ্ঠিত হ’ব লাগিছিল পৰীক্ষা

সমগ্ৰ ভাৰতবৰ্ষতে অনুষ্ঠিত হৈছে এই পৰীক্ষা

প্ৰথম ভাগত পৰীক্ষাত অৱতীৰ্ণৰ বাবে আহিছিল ১৮০ শিক্ষাৰ্থী

শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন স্থানৰ পৰা আহিছিল শিক্ষাৰ্থী

পৰীক্ষাকেন্দ্ৰটোৰ ভিতৰত মেলি থোৱা আছে কাপোৰ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.