অৰুণাচল প্ৰদেশচীন

ঘৰৰ ল’ৰা ঘৰলৈ আহিল, ৭ দিনৰ মূৰত চীনে ঘূৰাই দিলে অৰুণাচলৰ কিশোৰক

১৮ জানুৱাৰীত অপহৃত হৈছিল মিৰাম টাৰণ।

অৱশেষত চীনে চমজাই দিলে অৰুণাচলৰ অপহৃত কিশোৰ মিৰাম টাৰণক।

চীনৰ সামৰিক বাহিনী PLAই আজি হস্তান্তৰ কৰে কিশোৰজনক। ১৮ জানুৱাৰীত অপহৃত হৈছিল মিৰাম। মিৰাম টাৰণ নামৰ কিশোৰজনক সীমান্তৰ পৰা কৰায়ত্ত কৰিছিল PLA-এ।

আজি অৰুণাচল সীমান্তত PLA-ই ভাৰতীয় সেনাক চমজাই দিয়ে মিৰাম টাৰণক। বৰ্তমান চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে মিৰাণৰ।

১৮ জানুৱাৰীত অপহৰণৰ পিছতে ১৯ জানুৱাৰীত টুইটাৰযোগে অৱগত কৰিছিল অৰুণাচল পূবৰ সাংসদ টাপিৰ গাৱে। ভাৰত চৰকাৰে মুকলি কৰিবলৈ দাবী জনোৱাৰ পিছতে সহাৰি জনায় চীনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.