Covid-19অসমভাৰতস্বাস্থ্য

দেশত অব্যাহত ক’ভিডৰ সংক্ৰমণ! নতুনকৈ আক্ৰান্তৰ সংখ্যা ২,৮৬৩৮৪জন

ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যা চিন্তাজনক

◾ দেশত অব্যাহত ক’ভিডৰ সংক্ৰমণ

◾ বুধবাৰে নতুনকৈ আক্ৰান্ত ২ লাখ ৮৬ হাজাৰ ৩৮৪জন

◾ ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যা চিন্তাজনক

◾ বুধবাৰে ৫৭৩জন আক্ৰান্ত ৰোগীৰ মৃত্যু

◾ মঙলবাৰে ৬৫৯জন আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছিল

◾ দেশত সক্ৰিয় আক্ৰান্ত ৰোগীৰ সংখ্যা ২২ লাখ অতিক্ৰম

◾ ক’ৰোনা আক্ৰান্তৰ পজিটিভিটীৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি

◾ বুধবাৰে পজিটিভিটীৰ হাৰ ১৯.৫%

◾ মঙলবাৰে পজিটিভিটীৰ হাৰ ১৬%

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button