leatest updateঅৰুণাচল প্ৰদেশঅসমদৈনিক বাতৰিপৰিৱেশ

উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সোৱণশিৰি নদীৰ জলপৃষ্ঠ।

আতংকিত হৈ পৰিছে নামনি অঞ্চলৰ বাসিন্দাসকল...

অৰুণাচলত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত। উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সোৱণশিৰি নদীৰ জলপৃষ্ঠ। ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাইডবান্ধ ভাগি যোৱাত পানীত বুৰ গৈছে প্ৰকল্পস্থলী। প্ৰকল্পটোৰ পাৱাৰ হাউছো পানীৰ তলত। ইফালে গেৰুকামুখ পাহাৰত ভূমিস্খলন হোৱাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত আতংকিত হৈ পৰিছে নামনি অঞ্চলৰ বাসিন্দাসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − three =

Check Also
Close
Back to top button