Assamঅসমআঞ্চলিকদৈনিক বাতৰি

দদৰা আৰক্ষীৰ জালত দুই গভাইত চোৰ, জব্দ ৩৮খন সৌৰশক্তিৰ প্লেটসহ মেজিক ভান…..

দদৰা আৰক্ষীৰ জালত দুই গভাইত চোৰ, জব্দ ৩৮খন সৌৰশক্তিৰ প্লেটসহ মেজিক ভান.....

দদৰা আৰক্ষীৰ জালত দুই গভাইত চোৰ

জব্দ ৩৮খন সৌৰশক্তিৰ প্লেটসহ মেজিক ভান

হাজো-জালুকবাৰী জলসিঞ্চন আঁচনিত চলাইছিল লুটপাত

ধৃত চোৰ দুটা আব্দুল কালম, অহাব আলী

জব্দকৃত প্লেটসমূহৰ মূল্য কেইবা লক্ষাধিক টকা

উল্লেখ্য যে ২০২১ চনৰ নাবাৰ্ডৰ অধীনত চলিথকা জলসিঞ্চন সৌৰ শক্তি গভীৰ নলীনাদ আচঁনিৰ প্ৰায় ২০টা কেন্দ্ৰৰ প্ৰায় ১ কৌটি মূল্যৰ সৌৰ প্লেট চুৰি কাণ্ড সংঘটিত হৈছে। এই সন্দৰ্ভত জলসিঞ্চন বিভাগে বিভাগীয়ভাৱে এজাহৰ দাখিল কৰিছিল যদিও চোৰ ধৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী৷ পিছে যোৱানিশা দদৰা আৰক্ষীৰ  টহলদাৰী দলে গাড়ী সহ দুজন চোৰক আটক কৰিবলৈ সক্ষম হয় ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.