অসমখেলগুৱাহাটীচীনদৈনিক বাতৰিবিশ্বভাৰত

চীনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ অগ্ৰগতি…

চীনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ অগ্ৰগতি

দেওবাৰৰ দিনটোতে ৫টাকৈ পদক ভাৰতৰ

৩টা ৰূপৰ, ২টা ব্ৰঞ্জৰ পদক দখল ভাৰতৰ

১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ৰূপৰ পদক

ৰমিতা, মেহুলি ঘোষ, আশ্বি চোকছিৰ ৰূপৰ পদক লাভ

১০ মিটাৰ এয়াৰ ৰাইফলছত ব্ৰঞ্জৰ পদক ৰমিতা জিন্দলৰ

ৰ’য়িং ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

অৰ্জুলাল জাট, অৰবিন্দৰ সিঙে আজুৰিলে ৰূপৰ পদক

ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত ভাৰতীয় ক্ৰিকেট দলৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলত আছে অসমৰ উমা ছেত্ৰী

ভাৰতীয় পুৰুষ হকী দলৰো দমনীয় প্ৰদৰ্শন

১৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে উজবেকিস্তানক

গ্ৰুপ পৰ্যায়ৰ প্ৰথম মেচত জয়লাভ ভাৰতীয় পুৰুষ হকী দলৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.