AssamCity newsnationalpoliticalঅৰুণাচল প্ৰদেশঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

১৩ জানুৱাৰীৰ নিশা অৰুণাচলৰ নামচাইত দুটা ফৈদৰ মাজত সংঘটিত হিংসাত্মক ঘটনা, আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত তিনিচুকীয়া জিলা আদিবাসী ছাত্ৰ সন্থাৰ

১৩ জানুৱাৰীৰ নিশা অৰুণাচলৰ নামচাইত দুটা ফৈদৰ মাজত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে।

বৃহস্পতিবাৰে পুনৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অসম অৰুণাচল সীমান্তৰ ডিৰাক গেটৰ সমীপত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়া জিলা আদিবাসী ছাত্ৰ সন্থাই।

আক্ৰমণকাৰীক গ্ৰেপ্তাৰ আৰু আহতক ২০ লাখ টকা ক্ষতিপূৰণৰ দাবী প্ৰতিবাদকাৰীৰ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.